“জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ঐতিহাসিক প্ৰতিবাদী পদযাত্ৰা — সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু)সহ ২৫টা জনগোষ্ঠীয় সংগঠনৰ অংশগ্ৰহণ
গুৱাহাটী, ৪ নবেম্বৰঃ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি এক ঐতিহাসিক প্ৰতিবাদী পদযাত্ৰা অনুষ্ঠিত হয়। অসমৰ ২৫টা









