চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ দ্বি-দিবসীয় অধিৱেশন সফলতাৰে সম্পন্ন, অশোক লামা সভাপতি আৰু ৰামজী নেৱাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত
চৰাইদেউ, ২৪ জুনঃ চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ চতুৰ্থ দ্বি-বার্ষিক অধিৱেশন উৎসাহ-উদ্দীপনা আৰু ব্যাপক জনসমাগমৰ মাজেৰে সফলতাৰে সম্পন্ন হয়। অধিৱেশনৰ









